logo MP3
head_logo

Zubeen Garg Srimanta Shankar Скачать

main img

Zubeen Garg

Srimanta Shankar

57 Прослушиваний
07:21
Все треки Zubeen Garg
Слушать
Скачать песню

Текст песни

হৰি নাম ৰসে
বয়কুন্ঠ প্ৰকাশে

হৰি নাম ৰসে
বয়কুন্ঠ প্ৰকাশে
প্ৰেমৰ অমৃতৰ নদী

শ্ৰীমন্ত শংকৰে অ
পাৰ ভাঙি দিলে
শ্ৰীমন্ত শংকৰে অ
পাৰ ভাঙি দিলে অ

বহে ব্ৰমাণ্ডক ভেদি
অ
বহে ব্ৰমাণ্ডক ভেদি

গোবিন্দৰ প্ৰেম
অমৃতৰ নদী
বহে বয়কুন্ঠৰ পৰা

চাৰি পুৰুষাৰ্থ ও
তাহাৰ নিজৰা
চাৰি পুৰুষাৰ্থ ও
তাহাৰ নিজৰা অ

হৰি নামে মুল ধাৰা
অ
হৰি নামে মুল ধাৰা

হৰি ভক্টি দান
দিয়া জগতক
তাৰিলা সংখাৰ সিন্ধু

হেনয় কৃপালো অ
শংকৰ বিনায়ী
হেনয় কৃপালো অ
শংকৰ বিনায়ী অ
নাহি নাহি আৰ বন্ধু
অ
নাহি নাহি আৰ বন্ধু

হৰি ভকতিৰ
পাতিলন্ত হাত
শংকৰে জগত জুৰি

ৰাম নাম ৰত্ন অ
বেচায়া জগতে
ৰাম নাম ৰত্ন অ
বেচায়া জগতে অ

চলয় বয়কুন্ঠ পুৰী
অ
চলয় বয়কুন্ঠ পুৰী

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা জেন কল্পতৰু
তাহান্ত বিনাহি অ
নাহি নাহি নাই
তাহান্ত বিনাহি অ
নাহি নাহি নাই অ

আমাৰ পৰম গুৰু
অ
আমাৰ পৰম গুৰু

হৰি নাম ৰসে
বয়কুন্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী

শ্ৰীমন্ত শংকৰে অ
পাৰ ভাঙি দিলে
শ্ৰীমন্ত শংকৰে অ
পাৰ ভাঙি দিলে অ

বহে ব্ৰমাণ্ডক ভেদি
অ
বহে ব্ৰমাণ্ডক ভেদি

গোবিন্দৰ প্ৰেম
অমৃতৰ নদী
বহে বয়কুন্ঠৰ পৰা

চাৰি পুৰুষাৰ্থ অ
তাহাৰ নিজৰা
চাৰি পুৰুষাৰ্থ অ
তাহাৰ নিজৰা অ

হৰি নামে মুল ধাৰা
অ
হৰি নামে মুল ধাৰা

~ itsmechinmoy

На странице доступен трек Srimanta Shankar от Zubeen Garg. Слушайте онлайн или загрузите в один клик бесплатно на свое устройство.